Class-10 (অধ্যায়-১ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ)

দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 1 পাঠটোৰ কিছুমান গুৰুত্বপূৰ্ণ সংজ্ঞা

দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 1 পাঠটোৰ কিছুমান গুৰুত্বপূৰ্ণ সংজ্ঞা পদার্থ (Matter)  : যিয়ে স্থান অধিকাৰ কৰে আৰু যাৰ ভৰ থাকে। ভৰ  (Mass)  : এটা বস্তুত থকা পদাৰ্থৰ পৰিমাণ। পৰমাণু (Atom)  : এটা…

তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া।

তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া। নাইবা তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়াৰ মাজৰ পার্থক্য কি? প্রত্যেকৰে এটাকৈ উদাহৰণ লিখা। উত্তৰঃ তাপবর্জী ৰাসায়নিক বিক্রিয়া  :…

ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া ?

ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া ? উত্তৰঃ ইথানলক ক্ষাৰকীয় KMnO 4  বা আম্লিক K 2 Cr 2 O 7 ৰ উপস্থিতিত উত্তপ্ত কৰিলে ইথানলে অক্সিজেন গ্ৰহণ কৰি ইথানয়িক এছিড উৎপ…

প্রঃ এখন চীনামাটিৰ থালত 2g ছিলভাৰ ক্ল’ৰাইড লােৱা আৰু ইয়াক সূৰ্য্যৰ পােহৰত ৰাখা।

এখন চীনামাটিৰ থালত 2g ছিলভাৰ ক্ল’ৰাইড লােৱা আৰু ইয়াক সূৰ্য্যৰ পােহৰত ৰাখা। (a) কিছু সময় পিছত ছিলভাৰ ক্ল’ৰাইডৰ ৰঙ কি হ’ব? (b) কি প্ৰকাৰৰ বিক্রিয়া সংঘটিত হ’ব? (c) ওপৰৰ পর্যবেক্ষণৰ ৰাসায়নি…

চীনা মাটিৰে তৈয়াৰী এখন থালত-ক’পাৰ পাউডাৰ লৈ গৰম কৰিলে

চীনা মাটিৰে তৈয়াৰী এখন থালত-ক’পাৰ পাউডাৰ লৈ গৰম কৰিলে (a) ক’পাৰ পাউডাৰখিনিৰ বৰণ কেনেকুৱা হ’ব? (b) ওপৰৰ পর্যবেক্ষণটোৰ এটা সন্তুলিত সমীকৰণ লিখা। উত্তৰঃ (a) ক’পাৰ পাউডাৰখিনিৰ বৰণ ক’লা হ’ব। (b…

ৰেডক্স বিক্রিয়া কি? এটা উদাহৰণ দিয়া।

ৰেডক্স বিক্রিয়া কি? এটা উদাহৰণ দিয়া। উত্তৰঃ যি বিক্রিয়াত জাৰণ আৰু বিজাৰণ বিক্রিয়া একেলগে সংঘটিত হয় তাকে ৰেডক্স বিক্রিয়া বােলে। Mn0 2 +4HCl →MnCI 2 +Cl 2 +2H 2

ভৰৰ নিত্যতা কি?

ভৰৰ নিত্যতা কি? উত্তৰঃ ৰাসায়নিক বিক্রিয়া এটাত বিক্রিয়াজাত পদার্থ মৌলবােৰৰ মুঠ ভৰ বিক্রিয়কৰ মৌলবােৰৰ মুঠ ভৰৰ সমান হয়। ইয়াকে ভৰৰ নিত্যতা সূত্র বােলে। এই সূত্রমতে ৰাসায়নিক বিক্রিয়া এটা…

বিক্রিয়ক আৰু বিক্রিয়াজাত পদার্থ কি ? উদাহৰণসহ ব্যাখ্যা কৰা।

বিক্রিয়ক আৰু বিক্রিয়াজাত পদার্থ কি ? উদাহৰণসহ ব্যাখ্যা কৰা। উত্তৰঃ ৰাসায়নিক বিক্রিয়া এটাত ভাগ লােৱা পদার্থসমূহক বিক্রিয়ক আৰু বিক্রিয়াটোৰ ফলত নতুনকৈ সৃষ্টি হােৱা পদার্থসমূহক বিক্রিয়াজ…

ৰাসায়নিক সমীকৰণৰ প্ৰয়ােজনীয়তা কি?

ৰাসায়নিক সমীকৰণৰ প্ৰয়ােজনীয়তা কি? উঃ ৰাসায়নিক সমীকৰণৰ প্ৰয়ােজনীয়তাবােৰ হ’ল— (ক) ইয়াৰ দ্বাৰা কোনাে মৌলৰ পৰমাণুই কি অনুপাতত বিক্রিয়াত ভাগ লয় তাক জানিব পাৰি। (খ) ইয়াৰ দ্বাৰা এটা বিক্…

ক্ষয়ীভৱন কাক বােলে ? এটি উদাহৰণ দিয়া।

ক্ষয়ীভৱন কাক বােলে ? এটি উদাহৰণ দিয়া। উত্তৰঃ পানী, বায়ু এছিড আদিৰ প্ৰভাৱত কিছুমান ধাতুৰ পৃষ্ঠ ক্ষয় হয় ইয়াকে ক্ষয়ীভৱন বােলে। উদাহৰণ—লােত মামৰে ধৰা।

মামৰ কি? মামৰে ধৰিবলৈ কি কি প্রাথমিক চৰ্তৰ প্ৰয়ােজন হয় ?

মামৰ কি? মামৰে ধৰিবলৈ কি কি প্রাথমিক চৰ্তৰ প্ৰয়ােজন হয় ? উত্তৰঃ লােৰ বস্তু বাহিৰত ৰাখিলে কিছুদিন পিছত ইয়াৰ ওপৰত এখন ৰঙচুৱা চামনিৰ সৃষ্টি হয়। এই ৰঙচুৱা চামনিৰ পদার্থখিনিক মামৰ বােলে। মা…

ৰাসায়নিক সমীকৰণৰ সীমাবদ্ধতা কাক বােলে? উদাহৰণ দিয়া।

ৰাসায়নিক সমীকৰণৰ সীমাবদ্ধতা কাক বােলে? উদাহৰণ দিয়া। উত্তৰঃ ৰাসায়নিক সমীকৰণ এটাৰ পৰা বিক্রিয়া সম্পর্কে সকলাে কথা গম পােৱা নাযায়। ইয়াকে ৰাসায়নিক সমীকৰণৰ সীমাবদ্ধতা বুলি কোৱা হয়। যেনে—…

জঁকা ৰাসায়নিক সমীকৰণ আৰু সমতুল সমীকৰণ বুলিলে কি বুজা?

জঁকা ৰাসায়নিক সমীকৰণ আৰু সমতুল সমীকৰণ বুলিলে কি বুজা? উত্তৰঃ ৰাসায়নিক সমীকৰণ এটাক বিক্রিয়াটোত থকা পদার্থসমূহ কেৱল চিহ্ন আৰু সংকেতেৰে প্ৰকাশ কৰিলে তাক জঁকা সমীকৰণ বােলে। H 2  +o 2  →H 2 O…

ৰাসায়নিক বিক্রিয়াত কি কি পৰিৱৰ্তন হয়?

ৰাসায়নিক বিক্রিয়াত কি কি পৰিৱৰ্তন হয়? উত্তৰঃ ৰাসায়নিক বিক্রিয়াত তলত দিয়া পৰিৱর্তনবােৰ সংঘটিত হয়- (a) বৰণৰ পৰিৱর্তন (b) তাপৰ পৰিৱর্তন (c) গেছৰ পৰিৱর্তন (d) আকাৰৰ পৰিৱর্তন

এটা উদাহৰণৰ সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা।

এটা উদাহৰণৰ সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা। (a) ক্ষয়ীভৱন। (b) চৰ্বিৰ দুর্গন্ধিতা উঃ (a)  ক্ষয়ীভৱন : ধাতুসমূহে বায়ুমণ্ডলৰ অক্সিজেন, জুলীয় বাষ্প, কার্বন ডাই-অক্সাইড আদিৰ সৈতে বিক্রিয়া কৰি …

তেল আৰু চর্বি থকা খাদ্যবস্তু নাইট্রজেনৰ পৰিবেশত পেকেটত ভৰােৱা হয় কিয় ?

তেল আৰু চর্বি থকা খাদ্যবস্তু নাইট্রজেনৰ পৰিবেশত পেকেটত ভৰােৱা হয় কিয় ? উত্তৰঃ জাৰণ নঘটিবলৈ চর্বি আৰু তেলযুক্ত খাদ্যবস্তু নাইট্রজেনৰ পৰিবেশত পেকেটত ভৰােৱা হয়। যেতিয়া চর্বি আৰু তেল যুক্ত …

লােৰ বস্তুত ৰঙৰ প্রলেপ দিও কিয়?

লােৰ বস্তুত ৰঙৰ প্রলেপ দিও কিয়? উত্তৰঃ ক্ষয়ীভৱন ৰােধ কৰাৰ বাবে লােৰ সঁজুলিবিলাকত ৰং দিয়া হয়। বায়ুত যথেষ্ট পৰিমাণে অক্সিজেন আৰু জলীয় বাষ্প থাকে। ইহঁতে লােৰ লগত বিক্রিয়া কৰি মামৰ উৎপন্…

এটা উজ্জ্বল মুগা ৰঙৰ মৌল ‘xক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল। মৌল ‘X’ আৰু উৎপন্ন হােৱা ক’লা ৰঙৰ যৌগটোৰ নাম কি?

এটা উজ্জ্বল মুগা ৰঙৰ মৌল ‘xক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল। মৌল ‘X’ আৰু উৎপন্ন হােৱা ক’লা ৰঙৰ যৌগটোৰ নাম কি? উত্তৰঃ X মৌলটো হৈছে- (Cu) আৰু ক’লা ৰঙৰ যৌগটোৰ নাম হ’ল ক’পাৰ অক্সাইড (CuO) 2Cu+0 …

অক্সিজেন লাভ আৰু হেৰুওৱা সংজ্ঞাৰে তলৰ পদসমূহৰ দুটাকৈ উদাৰহণসহ ব্যাখ্যা কৰা।

অক্সিজেন লাভ আৰু হেৰুওৱা সংজ্ঞাৰে তলৰ পদসমূহৰ দুটাকৈ উদাৰহণসহ ব্যাখ্যা কৰা। (a) জাৰণ (b) বিজাৰণ উত্তৰঃ (a) জাৰণ: যি বিক্রিয়াত পদার্থ এটাই অক্সিজেন লাভ কৰে তাক জাৰণ বােলে। উদাহৰণঃ 2Cu+0 2  …

Load More
That is All