লােৰ বস্তুত ৰঙৰ প্রলেপ দিও কিয়?
উত্তৰঃ ক্ষয়ীভৱন ৰােধ কৰাৰ বাবে লােৰ সঁজুলিবিলাকত ৰং দিয়া হয়। বায়ুত যথেষ্ট পৰিমাণে অক্সিজেন আৰু জলীয় বাষ্প থাকে। ইহঁতে লােৰ লগত বিক্রিয়া কৰি মামৰ উৎপন্ন কৰে। সেয়েহে লােৰ বস্তুত ৰং সানিলে ই অক্সিজেন বা জলীয় বাষ্পৰ সংস্পৰ্শলৈ আহিব নােৱাৰে। ইয়াৰ ফলত ই মামৰে ধৰাৰ পৰা ৰক্ষা পৰে।