বেকিং ছ’ডাৰ ৰাসায়নিক নাম কি? ইয়াক কেনেকৈ প্ৰস্তুত কৰা হয়? ৰাসায়নিক সমীকৰণ লিখা।
বেকিং ছ’ডাৰ ৰাসায়নিক নাম কি? ইয়াক কেনেকৈ প্ৰস্তুত কৰা হয়? ৰাসায়নিক সমীকৰণ লিখা। উত্তৰঃ বেকিং ছ’ডাৰ ৰাসায়নিক নাম – ছ’ডিয়াম হাইড্রজেন কার্বনেট NaHCO 3 ছডিয়াম ক্ল’ৰাইডক অন্যতম কেঁচামাল…