Class-10 Science (অধ্যায়-৩ ধাতু আৰু অধাতু)

ধাতুকল্প কাক বােলে ?

ধাতুকল্প কাক বােলে ? উত্তৰ: যিবােৰ মৌলই ধাতু আৰু অধাতু দুয়ােৰে ধৰ্ম দেখুৱায় তেনেবােৰ মৌলক ধাতুকল্প বােল। যেনে—Ge, As, Te ধাতুকল্প , কলা আৰু তেওঁলোকৰ অৰৰ পৰা ধাতু আহৰণ কৰা আৰু ব্যৱহাৰৰ বাব…

এমালগাম কি?

এমালগাম কি? উত্তৰ: এমালগাম এটা সংকৰ ধাতু। কোনাে ধাতু আৰু পাৰাৰ সংকৰ ধাতুৱে এমালগাম। এমালগাম হৈছে এক বা একাধিক ধাতুৰ সৈতে পাৰাৰ এক মিশ্ৰণ। ছডিয়ামৰ লগতে তৰল পাৰাক ছডিয়াম মিশ্ৰণ বুলি কোৱা হয…

আয়নীয় বা ইলেকট্র’যােজী যৌগ কাক বােলে? উদাহৰণ দিয়া।

আয়নীয় বা ইলেকট্র’যােজী যৌগ কাক বােলে? উদাহৰণ দিয়া। উত্তৰ: ধাতুৰ পৰা অধাতুলৈ ইলেকট্রন স্থানান্তৰ হওঁতে সৃষ্টি হােৱা যৌগক আয়নীয় বা ইলেকট্র’যোজী যৌগ বােলে। উদাহৰণ– NaCl, CaCl, CaO, MgCI,…

তাপজাৰণ আৰু দন্ধীকৰণ পদ্ধতিৰ সংজ্ঞা দিয়া।

তাপজাৰণ আৰু দন্ধীকৰণ পদ্ধতিৰ সংজ্ঞা দিয়া। উত্তৰ:  অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰি ছালফাইড আকৰক ধাতৱ অক্সাইড়লৈ ৰূপান্তৰ কৰা পদ্ধতিকে তাপজাৰণ বােলা হয়। পৰিমিত বায়ুৰ পৰিৱেশ…

পানীৰ সৈতে বিক্রিয়া নকৰা দুবিধ ধাতুৰ নাম লিখা।

পানীৰ সৈতে বিক্রিয়া নকৰা দুবিধ ধাতুৰ নাম লিখা। উত্তৰ:  সােণ আৰু ৰূপ। সোণ আৰু ৰূপ হৈছে আটাইতকৈ কম প্ৰতিক্ৰিয়াশীল ধাতু। ইয়াৰ কাৰণ হৈছে স্তৰৰ ভিতৰত থকা ধাতৱীয় বন্ধন ভাঙিবলৈ বৃহৎ পৰিমাণৰ শক…

কি ঘটিব যেতিয়া— (ক) তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এছিড ঢলা হয়।

কি ঘটিব যেতিয়া— (ক) তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এছিড ঢলা হয়। (খ) কপাৰ ছালফেট দ্ৰৱত লােৰ গজাল ৰখা হয়। বিক্রিয়াসমূহ উপযুক্ত সমীকৰণ লিখিবা। উঃ (ক) তামৰ প্লেটৰ ওপৰত ছালফিউৰিক এছিড দিলে ক…

খাদ্য সামগ্রী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়।

খাদ্য সামগ্রী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়। উত্তৰ:  এলুমিনিয়াম কোবাই সহজে পাতল পাতলৈ পৰিৱৰ্তন কৰিব পাৰি। সেইবাবে খাদ্যসামগ্রী মেৰিয়াবলৈ এলুমিনিয়াম ব্যৱহাৰ কৰা হয়।

উভধর্মী অক্সাইড কাক বােলে? উদাহৰণ দিয়া।

উভধর্মী অক্সাইড কাক বােলে? উদাহৰণ দিয়া। উত্তৰ:  যিবােৰ অক্সাইডে এছিড আৰু ক্ষাৰকৰ লগত বিক্রিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, সেইবােৰক উভধর্মী অক্সাইড বােলে। উদাহৰণ—এলুমিনিয়াম অক্সাইড, যিংক…

কপাৰ আৰু যিংক, কপাৰ আৰু টিন আৰু লেড আৰু টিনৰ সংকৰ ধাতুৰ নাম লিখা।

কপাৰ আৰু যিংক, কপাৰ আৰু টিন আৰু লেড আৰু টিনৰ সংকৰ ধাতুৰ নাম লিখা। উত্তৰ: কপাৰ আৰু যিংকৰ সংকৰ ধাতু পিতল। কপাৰ আৰু টিনৰ সংকৰ ধাতু ব্ৰঞ্জ। লেড আৰু যিংকৰ সংকৰ ধাতু—ছ’ল্ডাৰ।

ধাতু ‘আৰু অধাতুৰ চাৰিটাকৈ ধৰ্ম উল্লেখ কৰা।

ধাতু ‘আৰু অধাতুৰ চাৰিটাকৈ ধৰ্ম উল্লেখ কৰা। উত্তৰ: ধাতুৰ চাৰিটা ধর্ম হল- (১) ধাতুৰ চিকমিকনি আছে। (২) ধাতুবােৰৰ গলনাংক আৰু উতলাংক বেছি। (৩) ধাতুবােৰ বিদ্যুতৰ সুপৰিবাহী। (৪) ধাতুবােৰ ঘাতসহনীয়…

গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়। কিন্তু ষ্টিল (আইৰণৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয় কিয়?

গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ  ব্যৱহাৰ কৰা হয়। কিন্তু ষ্টিল (আইৰণৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয় কিয়? উত্তৰ:  ষ্টিলতকৈ কপাৰ অধিক পৰিবাহী, ই সহজে ক্ষয় নাযায় আৰু মামৰে নধৰে। সেই বাবে …

ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পার্থক্য লিখা।

ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পার্থক্য লিখা। উত্তৰ:  ধাতু আৰু অধাতুৰ মাজত পার্থক্য হল— (1) ধাতুবােৰে ধণাত্মক আধান উৎপন্ন কৰে কিন্তু অধাতুরে ঋণাত্মক আধান উৎপন্ন কৰে। (2) ধাতুৱে ক্ষ…

চেকালগা কপাৰৰ পাত্র নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় বাৱহাৰ কৰে?

চেকালগা কপাৰৰ পাত্র নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় বাৱহাৰ কৰে? উত্তৰ:  কপাৰৰ পাত্ৰৰ চেকা কপাৰ কার্বনেটৰ এটা প্রলেপ। এই কপাৰ কার…

ধাতু নিষ্কাষণৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইজলৈ ৰূপান্তৰ কৰা হয়। (H.S.L.C −15)

ধাতু নিষ্কাষণৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইজলৈ ৰূপান্তৰ কৰা হয় । (H.S.L.C −15) উত্তৰ: যিহেতু ধাতুৰ অক্সাইডৰ পৰা ধাতু নিষ্কাষণ কৰা অতি সহজ, সেয়েহে ধাতুৰ কার্বনেট আৰু ছালফাইড আকৰ …

এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। (H.S.L.C −15/18)

এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় । (H.S.L.C −15/18) উঃ এলুমিনিয়াম তাপৰ সুপৰিবাহী। ই বায়ুত থকা অক্সিজেনৰ লগত বিক্রিয়া কৰি…

ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।

ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয় । উঃ (b) ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতুবােৰ অতি সক্রিয় হােৱা বাবে ইহঁতে বায়ুত থকা অক্সিজেন, জলীয় বাষ্প আৰু কার্বন-ডাই-অক্সা…

গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়। (H.S.L.C −15/18)

গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয় । (H.S.L.C −15/18) উঃ প্লেটিনাম, গল্ড আৰু ছিলভাৰ ধাতুবােৰ যথেষ্ট কঠিন, উজ্জ্বল, উচ্চ ঘাতসহনশীল আৰু নমনীয়। এইবােৰ সহজে ক্ষয় ন…

অক্সিজেনৰ লগত বিক্রিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে?

অক্সিজেনৰ লগত বিক্রিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে? উঃ অধাতুবিলাকে অক্সিজেনৰ লগত বিক্রিয়া কৰি আম্লিক অক্সাইড উৎপন্ন কৰে।

লোত মামৰে ধৰা ৰােধ কৰিবলৈ দুটা উপায় বর্ণনা

লোত মামৰে ধৰা ৰােধ কৰিবলৈ দুটা উপায় বর্ণনা উঃ (i) ৰং কৰা।। (ii) দস্তালেপন। (ক) লোৰ মামৰ পৰা ইয়াৰ পৃষ্ঠৰ পেইণ্টিং, তেল, গ্ৰীজিং বা বাৰ্ণিশ কৰি প্ৰতিৰোধ কৰিব পাৰি। (খ) গেলভেনাইজেচন হৈছে জিং…

Load More
That is All