ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।

ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়

উঃ (b) ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতুবােৰ অতি সক্রিয় হােৱা বাবে ইহঁতে বায়ুত থকা অক্সিজেন, জলীয় বাষ্প আৰু কার্বন-ডাই-অক্সাইডৰ লগত বিক্রিয়া কৰে। যাতে ইহঁতে বিক্রিয়া কৰিব নােৱাৰে সেইবাবে এইবােৰক তেলত ডুবাই ৰখা হয়।


Post a Comment

Previous Post Next Post