এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। (H.S.L.C −15/18)

এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। (H.S.L.C −15/18)

উঃ এলুমিনিয়াম তাপৰ সুপৰিবাহী। ই বায়ুত থকা অক্সিজেনৰ লগত বিক্রিয়া কৰি উৎপন্ন কৰা এলুমিনিয়াম অক্সাইড অধিক সুস্থিৰ। এই এলুমিনিয়াম অক্সাইডৰ প্রলেপে ভিতৰৰ এলুমিনিয়ামক ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰে আৰু ই অধিক উষ্ণতাতাে নষ্ট নহয়। সেইবাবে ইয়াক ৰন্ধা বাচন- বৰ্তনত ব্যৱহাৰ কৰা হয়।


Post a Comment

Previous Post Next Post