সত্য নে অসত্য কোৱা :
সত্য নে অসত্য কোৱা : (ক) উত্তল লেন্ছে অসৎ প্রতিবিম্ব গঠন কৰিব পাৰে। উত্তৰ: অসত্য। (খ) অৱতল লেন্ছে সৎ প্রতিবিম্ব গঠন কৰিব পাৰে ৷ উত্তৰ: অসত্য। (গ) অসীম দূৰত্বত অৱস্থিত লক্ষ্যবস্তুৰ প্ৰতিবি…
সত্য নে অসত্য কোৱা : (ক) উত্তল লেন্ছে অসৎ প্রতিবিম্ব গঠন কৰিব পাৰে। উত্তৰ: অসত্য। (খ) অৱতল লেন্ছে সৎ প্রতিবিম্ব গঠন কৰিব পাৰে ৷ উত্তৰ: অসত্য। (গ) অসীম দূৰত্বত অৱস্থিত লক্ষ্যবস্তুৰ প্ৰতিবি…
লক্ষ্যবস্তুতকৈ আকাৰত সৰু আৰু অসৎ প্ৰতিবিম্ব পাবলৈ কি লেন্ছ ব্যৱহাৰ কৰিবা ? উত্তৰ: অৱতল লেন্ছ।
লক্ষ্যবস্তুতকৈ আকাৰত ডাঙৰ প্রতিবিম্ব পাবলৈ কি লেন্ছৰ কোন অৱস্থানত বস্তুটো ৰাখিব লাগিব ? উত্তৰ: ভাঁজকেন্দ্ৰ আৰু ফ’কাছৰ মাজত।
উত্তল লেন্ছৰ ক্ষেত্ৰত, লক্ষ্য বস্তুৰ সমান আকৃতিৰ প্ৰতিবিম্ব পাবলৈ লক্ষ্য বস্তুটোক’ত ৰাখিব লাগিব ? উত্তৰঃ ভাঁজকেন্দ্ৰত।
উত্তল লেন্ছৰ ফ’কাছ বিন্দুত অৱস্থিত বস্তু এটাৰ প্ৰতিবিম্ব ক’ত গঠিত হয় । উত্তৰ: অসীমত।
লেন্ছৰ এনে এটা বিন্দু আছে যাৰ মাজেৰে পোহৰৰ দিশ পৰিৱৰ্তন নকৰাকৈ পাৰ হৈ যায়। সেই বিন্দুটোৰ নাম কি ? উত্তৰঃ নাভি বা ফ’কাছ বিন্দু হয়।
খালী ঠাই পূৰণ কৰা : (ক) দুখন —— তলেৰে আৱৰা —— মাধ্যমক —— লেন্ছ বোলে। উত্তৰ: উত্তল বা অৱতল , প্ৰতিসাৰক , উত্তল বা অৱতল । (খ) উত্তল লেন্ছক —— লেন্ছ আৰু অৱতল লেন্ছক —— লেন্ছ বুলি কোৱা হয়…
অৱতল লেন্ছ এখনৰ সমুখত থকা থিয় লক্ষ্য বস্তু এটাৰ প্ৰতিবিম্বৰ অৱস্থা, প্রকৃতি আৰু আকাৰ কেনেকুৱা হ’ব ৰাশি চিত্ৰ আঁকি বুজাই লিখা ৷ উত্তৰ: অৱতল লেন্ছৰ দ্বাৰা গঠিত প্রতিবিম্বৰ অৱস্থান, প্রকৃত…
উত্তল লেন্ছ এখনৰ সন্মুখত লক্ষ্য বস্তু এটা ফ’কাছ আৰু আলোককেন্দ্ৰৰ মাজত প্রতিবিম্বৰ অৱস্থান লক্ষ্য বস্তু ফ’কাছ আৰু আলোক কেন্দ্ৰৰ মাজত থাকিলে, লেন্ছৰ ওপৰত আপতিত হোৱা ৰশ্মিবোৰ প্ৰতিসৰণৰ পিছত…
উত্তল লেন্ছ এখনৰ সন্মুখত লক্ষ্য বস্তু এটা ফ’কাছ বিন্দুত প্রতিবিম্বৰ অৱস্থান লক্ষ্য বস্তু ফ’কাছ বিন্দুত হলে লেন্ছৰ পৰা প্রতিসৰিত হোৱা ৰশ্মিবোৰ পৰস্পৰ সমান্তৰাল হয়। আমি জানো যে, সমান্তৰাল…
উত্তল লেন্ছ এখনৰ সন্মুখত লক্ষ্য বস্তু এটা খভাঁজকেন্দ্ৰ আৰু ফ’কাছৰ মাজত প্রতিবিম্বৰ অৱস্থান : লক্ষ্য বস্তু ভাজকেন্দ্ৰ আৰু ফ’কাছৰ মাজত হলে প্রতিবিম্ব ভাঁজকেন্দ্ৰ আৰু অসীমৰ মাজত গঠিত হ’ব। এই…
উত্তল লেন্ছ এখনৰ সন্মুখত লক্ষ্য এটা অসীম দূৰত্ব আৰু ভাজ কেন্দ্ৰৰ মাজত প্রতিবিম্বৰ অৱস্থান : লক্ষ্য বস্তু অসীম দূৰত্ব আৰু ভাঁজকেন্দ্ৰৰ মাজত হ’লে প্রতিবিম্ব ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত গঠিত…
এখন লেন্ছ উত্তল নে অবতল কেনেকৈ চিনি উলিয়াবা ? উত্তৰঃ হাতৰ আঙুলিৰ স্পৰ্শৰ দ্বাৰা লেন্ছখন উত্তল নে অৱতল তাক জানিব পৰা যায়। উত্তল লেন্ছৰ মাজভাগ ডাঠ আৰু কাষৰ ফালে ক্ৰমে পাতল হয়। আনহাতে অৱ…
ফ ’ কাছ দৈর্ঘ্য কাক বোলে ? উত্তৰ: ফ’কাছ দৈর্ঘ্য : আলোক কেন্দ্ৰ (O) আৰু ফ’কাছ বিন্দু (F) ৰ মাজৰ দূৰত্বক ফ’কাছ দৈৰ্ঘ্য বোলে ৷
ফ ’ কাছ বিন্দু বা নাভি কাক বোলে ? উত্তৰ: ফ’কাছ মুখ্য অক্ষৰ সমান্তৰাল ভাৱে অহা পোহৰৰ ৰশ্মি প্রতিসৰণৰ পিছত উত্তল লেন্ছৰ ক্ষেত্ৰত F বিন্দুত লগ লাগে আৰু অৱতল লেন্ছৰ ক্ষেত্ৰত F / বিন্দ…
মুখ্যঅক্ষ কাক বোলে ? মুখ্যঅক্ষঃ উত্তল বা অবতল লেন্ছৰ গোলকীয় তল দুখনৰ ভাজ কেন্দ্ৰ দুটা সংযোগ কৰা ৰেখা ডালক মুখ্য অক্ষ বা প্রধান অক্ষ বোলে। তলৰ চিত্ৰ C 1 C 2 হ’ল মুখ্য অক্ষ ৷ মুখ্য অ…
ভাজকেন্দ্ৰ কাক বোলে ? ছবি আকি বুজাই লিখা উত্তৰ: ভাজকেন্দ্ৰ : কোনো লেন্ছৰ পৃষ্ঠ দুখন যি দুটা গোলকৰ অংশ সেই গোলক দুটাৰ কেন্দ্ৰ দুটাক লেন্ছখনৰ ভাজঁকেন্দ্ৰ বুলি কোৱা হয়।
উত্তল লেন্ছক অভিসাৰী লেন্ছ আৰু অৱতল লেন্ছক অপসাৰী। বুলি কিয় কোৱা হয় চিত্ৰ আঁকি দেখুওৱা। উত্তৰ: উত্তল লেন্ছত পোহৰৰ ৰশ্মি পৰিলে তাৰ পৰা নিৰ্গত হোৱা ৰশ্মি বিলাক পৰস্পৰৰ কাষ চাপি আহে। সেয…
লেন্ছৰ আলোক কেন্দ্র কাক বোলে ? চিত্র আঁকি বুজোৱা। উত্তৰ: আলোক কেন্দ্র পাতল উত্তল বা অৱতল লেন্ছৰ মধ্যাংশত আৰু মুখ্য অক্ষৰ ওপৰত থকা বিন্দু (O) এটাৰ অভিমুখে অহা ৰশ্মি প্রতিসৰণৰ পিছত দিশ পৰিব…
লেন্ ছ কাক বোলে ? প্রধান লেন্ ছ দুবিধৰ নাম কি কি ? উত্তৰ: দুখন গোলকীয় তলৰ বা এখন গোলকীয় আৰু এখন সমতলৰ মাজত আৱদ্ধ প্রতিসাৰক মাধ্যমক লেন্ছ বুলি কোৱা হয়। প্রধান লেন্ছ দু…