সত্য নে অসত্য কোৱা :
(ক) উত্তল লেন্ছে অসৎ প্রতিবিম্ব গঠন কৰিব পাৰে।
উত্তৰ: অসত্য।
(খ) অৱতল লেন্ছে সৎ প্রতিবিম্ব গঠন কৰিব পাৰে ৷
উত্তৰ: অসত্য।
(গ) অসীম দূৰত্বত অৱস্থিত লক্ষ্যবস্তুৰ প্ৰতিবিম্ব নাভিত গঠিত হয়।
উত্তৰঃ সত্য।
(ঘ) উত্তল লেন্ছক অপসাৰী লেন্ছ বোলা হয়।
উত্তৰ: অসত্য।
(ঙ) প্ৰতিখন লেন্ছৰ দুয়োফলে দুটা ফ’কাছ বিন্দু থাকে।
উত্তৰ: অসত্য।