উত্তল লেন্ছক অভিসাৰী লেন্ছ আৰু অৱতল লেন্ছক অপসাৰী। বুলি কিয় কোৱা হয় চিত্ৰ আঁকি দেখুওৱা।
উত্তৰ: উত্তল লেন্ছত পোহৰৰ ৰশ্মি পৰিলে তাৰ পৰা নিৰ্গত হোৱা ৰশ্মি বিলাক পৰস্পৰৰ কাষ চাপি আহে। সেয়ে উত্তল লেন্ছক অভিসাৰী লেন্ছ বুলি কোৱা হয়।
আনহাতে, অৱতল লেন্ছৰ ক্ষেত্ৰত লেন্ছৰৰ ওপৰত আপতিত হোৱা ৰশ্মি বিলাক পৰস্পৰৰ কাষৰ পৰা আঁতৰি যায়। সেইবাবে, অৱতল লেন্ছক অপসাৰী লেন্ছ বুলি কোৱা হয়।
