লেন্‌ছৰ আলোক কেন্দ্র কাক বোলে ? চিত্র আঁকি বুজোৱা।

লেন্‌ছৰ আলোক কেন্দ্র কাক বোলে ? চিত্র আঁকি বুজোৱা।

উত্তৰ: আলোক কেন্দ্র পাতল উত্তল বা অৱতল লেন্‌ছৰ মধ্যাংশত আৰু মুখ্য অক্ষৰ ওপৰত থকা বিন্দু (O) এটাৰ অভিমুখে অহা ৰশ্মি প্রতিসৰণৰ পিছত দিশ পৰিবৰ্তন নকৰাকৈ লেন্‌ছ পাৰ হৈ যায়। এই ‘O’ বিন্দুটোক লেন্‌ছৰ আলোক কেন্দ্ৰ বোলে। 

তলৰ চিত্ৰত ‘O’ হ’ল লেন্‌ছৰ আলোক কেন্দ্ৰ ৷


Post a Comment

Previous Post Next Post