যদি A ঘনতৰ মাধ্যম আৰু B লঘুতৰ মাধ্যম হয়, তেনেহ’লে, পোহৰৰ বেগ –
(ক) দুয়োটা মাধ্যমত সমান।
(খ) মাধ্যম B তকৈ A ত বেছি
(গ) মাধ্যম A তকৈ Bত বেছি
উত্তৰঃ (গ) পোহৰৰ বেগ মাধ্যম A তকৈ B ত বেছি।
(ক) দুয়োটা মাধ্যমত সমান।
(খ) মাধ্যম B তকৈ A ত বেছি
(গ) মাধ্যম A তকৈ Bত বেছি
উত্তৰঃ (গ) পোহৰৰ বেগ মাধ্যম A তকৈ B ত বেছি।