লেন্ছ কাক বোলে
? প্রধান লেন্ছ দুবিধৰ নাম
কি কি ?
উত্তৰ: দুখন গোলকীয় তলৰ বা এখন গোলকীয়
আৰু এখন সমতলৰ মাজত আৱদ্ধ প্রতিসাৰক মাধ্যমক লেন্ছ বুলি কোৱা হয়।
প্রধান লেন্ছ
দুবিধৰ নাম হ’ল উত্তল লেন্ছ আৰু অবতল লেন্ছ।
উত্তৰ: দুখন গোলকীয় তলৰ বা এখন গোলকীয়
আৰু এখন সমতলৰ মাজত আৱদ্ধ প্রতিসাৰক মাধ্যমক লেন্ছ বুলি কোৱা হয়।
প্রধান লেন্ছ
দুবিধৰ নাম হ’ল উত্তল লেন্ছ আৰু অবতল লেন্ছ।