পোহৰৰ প্ৰতিসৰণ কিহৰ বাবে হয় ?
উত্তৰ: এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যাওঁতে পোহৰৰ বেগ সলনি হয় বাবেই প্রতিসৰণ হয়।
পানীত হেলনীয়াকৈ আংশিকভাৱে নিমজ্জিত মাৰি এডালৰ পানীত ডুব গৈ থকা অংশটো সামান্য বেকা হৈ ওপৰলৈ উঠি অহা যেন লাগে। এই ঘটনাটো পোহৰৰ প্ৰতিসৰণৰ বাবে হয়।