প্রঃ এখন চীনামাটিৰ থালত 2g ছিলভাৰ ক্ল’ৰাইড লােৱা আৰু ইয়াক সূৰ্য্যৰ পােহৰত ৰাখা।

এখন চীনামাটিৰ থালত 2g ছিলভাৰ ক্ল’ৰাইড লােৱা আৰু ইয়াক সূৰ্য্যৰ পােহৰত ৰাখা।

(a) কিছু সময় পিছত ছিলভাৰ ক্ল’ৰাইডৰ ৰঙ কি হ’ব?
(b) কি প্ৰকাৰৰ বিক্রিয়া সংঘটিত হ’ব?
(c) ওপৰৰ পর্যবেক্ষণৰ ৰাসায়নিক বিক্রিয়াটো লিখা।

উত্তৰঃ

(a) কিছু সময় পিছত ছিলভাৰ ক্ল’ৰাইডৰ ৰঙ মটীয়া হ’ব।
(b) ইয়াত বিয়ােজন বিক্রিয়া সংঘটিত হ’ব।
(c) 2 AgCl(s) light→ 2Ag (s) + Cl2 (g)


Post a Comment

Previous Post Next Post