ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া ?

ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া ?

উত্তৰঃ ইথানলক ক্ষাৰকীয় KMnO4 বা আম্লিক K2Cr2O7ৰ উপস্থিতিত উত্তপ্ত কৰিলে ইথানলে অক্সিজেন গ্ৰহণ কৰি ইথানয়িক এছিড উৎপন্ন কৰে বাবে ই এটা জাৰণ বিক্রিয়া।


Post a Comment

Previous Post Next Post