চীনা মাটিৰে তৈয়াৰী এখন থালত-ক’পাৰ পাউডাৰ লৈ গৰম কৰিলে

চীনা মাটিৰে তৈয়াৰী এখন থালত-ক’পাৰ পাউডাৰ লৈ গৰম কৰিলে

(a) ক’পাৰ পাউডাৰখিনিৰ বৰণ কেনেকুৱা হ’ব?
(b) ওপৰৰ পর্যবেক্ষণটোৰ এটা সন্তুলিত সমীকৰণ লিখা।

উত্তৰঃ

(a) ক’পাৰ পাউডাৰখিনিৰ বৰণ ক’লা হ’ব।
(b) 2Cu+02 তাপ 2CuO


Post a Comment

Previous Post Next Post