ফ’কাছ বিন্দু বা নাভি কাক বোলে?

কাছ বিন্দু বা নাভি কাক বোলে?

উত্তৰ: ফ’কাছ মুখ্য অক্ষৰ সমান্তৰাল ভাৱে অহা পোহৰৰ ৰশ্মি প্রতিসৰণৰ পিছত উত্তল লেন্‌ছৰ ক্ষেত্ৰত F বিন্দুত লগ লাগে আৰু অৱতল লেন্‌ছৰ ক্ষেত্ৰত Fবিন্দুত লগ লাগে যেন লাগে। F বা F বিন্দুক এনে লেন্‌ছৰ ফ’কাছ বিন্দু বা নাভি বোলে।

Post a Comment

Previous Post Next Post