মুখ্যঅক্ষ কাক বোলে?

মুখ্যঅক্ষ কাক বোলে?

মুখ্যঅক্ষঃ উত্তল বা অবতল লেন্‌ছৰ গোলকীয় তল দুখনৰ ভাজ কেন্দ্ৰ দুটা সংযোগ কৰা ৰেখা ডালক মুখ্য অক্ষ বা প্রধান অক্ষ বোলে। 

তলৰ চিত্ৰ C1C2 হ’ল মুখ্য অক্ষ ৷ মুখ্য অক্ষ লেন্‌ছৰ মধ্যবিন্দুৰ মাজেৰে যায় ৷

Post a Comment

Previous Post Next Post