এখন লেন্ছ উত্তল নে অবতল কেনেকৈ চিনি উলিয়াবা ?
উত্তৰঃ হাতৰ আঙুলিৰ স্পৰ্শৰ দ্বাৰা লেন্ছখন উত্তল নে অৱতল তাক জানিব পৰা যায়। উত্তল লেন্ছৰ মাজভাগ ডাঠ আৰু কাষৰ ফালে ক্ৰমে পাতল হয়। আনহাতে অৱতল লেন্ছৰ মাজৰ ভাগ পাতল আৰু কাষৰ ফালে ক্রমান্বয়ে ডাঠ হয়।