উত্তল লেন্ছ এখনৰ সন্মুখত লক্ষ্য এটা অসীম দূৰত্ব আৰু ভাজ কেন্দ্ৰৰ মাজত প্রতিবিম্বৰ অৱস্থান:
লক্ষ্য বস্তু অসীম দূৰত্ব আৰু ভাঁজকেন্দ্ৰৰ মাজত হ’লে প্রতিবিম্ব ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত গঠিত হ’ব। এই প্রতিবিম্ব সৎ, ওলোটা, আকাৰত লক্ষ্য বস্তুতকৈ সৰু আৰু ই লেন্ছৰ পিছফালে গঠিত হ’ব।
