উত্তল লেন্‌ছ এখনৰ সন্মুখত লক্ষ্য বস্তু এটা খভাঁজকেন্দ্ৰ আৰু ফ’কাছৰ মাজত প্রতিবিম্বৰ অৱস্থান :

উত্তল লেন্‌ছ এখনৰ সন্মুখত লক্ষ্য বস্তু এটা খভাঁজকেন্দ্ৰ আৰু ফ’কাছৰ মাজত প্রতিবিম্বৰ অৱস্থান :

লক্ষ্য বস্তু ভাজকেন্দ্ৰ আৰু ফ’কাছৰ মাজত হলে প্রতিবিম্ব ভাঁজকেন্দ্ৰ আৰু অসীমৰ মাজত গঠিত হ’ব। এই প্রতিবিম্ব সৎ, ওলোটা আৰু আকাৰত লক্ষ্য বস্তুতকৈ ডাঙৰ হ’ব।



Post a Comment

Previous Post Next Post