উত্তল লেন্‌ছ এখনৰ সন্মুখত লক্ষ্য বস্তু এটা ফ’কাছ বিন্দুত প্রতিবিম্বৰ অৱস্থান

উত্তল লেন্‌ছ এখনৰ সন্মুখত লক্ষ্য বস্তু এটা ফ’কাছ বিন্দুত প্রতিবিম্বৰ অৱস্থান

লক্ষ্য বস্তু ফ’কাছ বিন্দুত হলে লেন্‌ছৰ পৰা প্রতিসৰিত হোৱা ৰশ্মিবোৰ পৰস্পৰ সমান্তৰাল হয়। আমি জানো যে, সমান্তৰাল ৰশ্মি সসীমৰ কোনো বিন্দুত লগ নালাগে ৷ গতিকে সসীমৰ কোনো বিন্দুত প্রতিবিম্ব গঠিত হ’ব নোৱাৰে। কিন্তু সমান্তৰাল ৰশ্মিবোৰ অসীমৰ কোনো বিন্দুত লগ লাগে বুলি ধৰি লোৱা হয়। গতিকে, এইক্ষেত্ৰত প্রতিবিম্ব অসীমত গঠিত হ’ব। এই প্রতিবিম্ব সৎ, ওলোটা আৰু ইয়াৰ আকাৰ লক্ষ্য বস্তুৰ আকাৰৰ অসীম গুণ।

Post a Comment

Previous Post Next Post