ধাতু নিষ্কাষণৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইজলৈ ৰূপান্তৰ কৰা হয়। (H.S.L.C −15)

ধাতু নিষ্কাষণৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইজলৈ ৰূপান্তৰ কৰা হয়। (H.S.L.C −15)

উত্তৰ: যিহেতু ধাতুৰ অক্সাইডৰ পৰা ধাতু নিষ্কাষণ কৰা অতি সহজ, সেয়েহে ধাতুৰ কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।


Post a Comment

Previous Post Next Post