চেকালগা কপাৰৰ পাত্র নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় বাৱহাৰ কৰে?

চেকালগা কপাৰৰ পাত্র নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় বাৱহাৰ কৰে?

উত্তৰ: কপাৰৰ পাত্ৰৰ চেকা কপাৰ কার্বনেটৰ এটা প্রলেপ। এই কপাৰ কার্বনেট এচিডত দ্ৰৱীভূত হয়। সেইবাবে এই পাত্ৰবােৰ নেমু বা তেতেলী টেঙাৰ ৰসেৰে পৰিষ্কাৰ কৰা হয়। নেমু আৰু তেতেলী ৰসত ক্রমে ছাইট্রিক এছিড আৰু টাৰিটাৰিক এছিড থাকে।


Post a Comment

Previous Post Next Post