ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পার্থক্য লিখা।

ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পার্থক্য লিখা।

উত্তৰ: ধাতু আৰু অধাতুৰ মাজত পার্থক্য হল—

(1) ধাতুবােৰে ধণাত্মক আধান উৎপন্ন কৰে কিন্তু অধাতুরে ঋণাত্মক আধান উৎপন্ন কৰে।

(2) ধাতুৱে ক্ষাৰকীয় অক্সাইড গঠন কৰে। কিন্তু অধাতুৱে আম্লিক অক্সাইড গঠন কৰে।

(3) ধাতুৰ হাইড্রাইডবােৰ আয়নীয় প্ৰকৃতিৰ আনহাতে অধাতুৰ হাইড্রাইডবােৰ সহযােজী প্রকৃতি।

Post a Comment

Previous Post Next Post