গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়। কিন্তু ষ্টিল (আইৰণৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয় কিয়?

গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ  ব্যৱহাৰ কৰা হয়। কিন্তু ষ্টিল (আইৰণৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয় কিয়?

উত্তৰ: ষ্টিলতকৈ কপাৰ অধিক পৰিবাহী, ই সহজে ক্ষয় নাযায় আৰু মামৰে নধৰে। সেই বাবে গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহৰ কৰা হয়।


Post a Comment

Previous Post Next Post