গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়। (H.S.L.C −15/18)

গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়। (H.S.L.C −15/18)

উঃ প্লেটিনাম, গল্ড আৰু ছিলভাৰ ধাতুবােৰ যথেষ্ট কঠিন, উজ্জ্বল, উচ্চ ঘাতসহনশীল আৰু নমনীয়। এইবােৰ সহজে ক্ষয় নাযায় আৰু মামৰে নধৰে। সেই কাৰণে এইবােৰক অলংকাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।


Post a Comment

Previous Post Next Post