তাপজাৰণ আৰু দন্ধীকৰণ পদ্ধতিৰ সংজ্ঞা দিয়া।

তাপজাৰণ আৰু দন্ধীকৰণ পদ্ধতিৰ সংজ্ঞা দিয়া।

উত্তৰ: অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰি ছালফাইড আকৰক ধাতৱ অক্সাইড়লৈ ৰূপান্তৰ কৰা পদ্ধতিকে তাপজাৰণ বােলা হয়।

পৰিমিত বায়ুৰ পৰিৱেশত উচ্চ তাপত উত্তপ্ত কৰি কার্বনেট আকৰক ধাতৱ অক্সাইডলৈ ৰূপান্তৰ কৰা পদ্ধতুিক দগ্ধীকৰণ পদ্ধতি বােলা হয়।


Post a Comment

Previous Post Next Post