উভধর্মী অক্সাইড কাক বােলে? উদাহৰণ দিয়া।

উভধর্মী অক্সাইড কাক বােলে? উদাহৰণ দিয়া।

উত্তৰ: যিবােৰ অক্সাইডে এছিড আৰু ক্ষাৰকৰ লগত বিক্রিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, সেইবােৰক উভধর্মী অক্সাইড বােলে।

উদাহৰণ—এলুমিনিয়াম অক্সাইড, যিংক অক্সাইড আদি।


Post a Comment

Previous Post Next Post