খাদ্য সামগ্রী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়।

খাদ্য সামগ্রী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়।

উত্তৰ: এলুমিনিয়াম কোবাই সহজে পাতল পাতলৈ পৰিৱৰ্তন কৰিব পাৰি। সেইবাবে খাদ্যসামগ্রী মেৰিয়াবলৈ এলুমিনিয়াম ব্যৱহাৰ কৰা হয়।


Post a Comment

Previous Post Next Post