কি ঘটিব যেতিয়া— (ক) তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এছিড ঢলা হয়।

কি ঘটিব যেতিয়া—

(ক) তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এছিড ঢলা হয়।

(খ) কপাৰ ছালফেট দ্ৰৱত লােৰ গজাল ৰখা হয়।

বিক্রিয়াসমূহ উপযুক্ত সমীকৰণ লিখিবা।

উঃ (ক) তামৰ প্লেটৰ ওপৰত ছালফিউৰিক এছিড দিলে কপাৰ ছালফেট আৰু হাইড্রজেন গেছ উৎপন্ন হয়।

Cu+H2S04→CuSO4+H2

(খ) কপাৰ ছালফেট দ্ৰৱত লােৰ গজাল ৰাখিলে, আইৰনে কপাৰ ছালফেটৰ পৰা কপাৰক অপসাৰিত কৰে।
CuSO4+Fe→FeSO4+Cu


Post a Comment

Previous Post Next Post