কপাৰ আৰু যিংক, কপাৰ আৰু টিন আৰু লেড আৰু টিনৰ সংকৰ ধাতুৰ নাম লিখা।

কপাৰ আৰু যিংক, কপাৰ আৰু টিন আৰু লেড আৰু টিনৰ সংকৰ ধাতুৰ নাম লিখা।

উত্তৰ: কপাৰ আৰু যিংকৰ সংকৰ ধাতু পিতল। কপাৰ আৰু টিনৰ সংকৰ ধাতু ব্ৰঞ্জ। লেড আৰু যিংকৰ সংকৰ ধাতু—ছ’ল্ডাৰ।


Post a Comment

Previous Post Next Post