ধাতু ‘আৰু অধাতুৰ চাৰিটাকৈ ধৰ্ম উল্লেখ কৰা।

ধাতু ‘আৰু অধাতুৰ চাৰিটাকৈ ধৰ্ম উল্লেখ কৰা।

উত্তৰ:

ধাতুৰ চাৰিটা ধর্ম হল-

(১) ধাতুৰ চিকমিকনি আছে।

(২) ধাতুবােৰৰ গলনাংক আৰু উতলাংক বেছি।

(৩) ধাতুবােৰ বিদ্যুতৰ সুপৰিবাহী।

(৪) ধাতুবােৰ ঘাতসহনীয় আৰু নমনীয়।

অধাতুৰ চাৰিটা ধর্ম হ’ল

(১) অধাতুবােৰ তাপৰ কুপৰিবাহী।

(২) অধাতু হাইড্রাইডবােৰ সহযােজী।

(৩) অধাতুৰ গলনাংক সাধাৰণতে অতি কম।।

(8) অধাতুবােৰ বিদ্যুতৰ কুপৰিবাহী।


Post a Comment

Previous Post Next Post