এটা উজ্জ্বল মুগা ৰঙৰ মৌল ‘xক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল। মৌল ‘X’ আৰু উৎপন্ন হােৱা ক’লা ৰঙৰ যৌগটোৰ নাম কি?
উত্তৰঃ X মৌলটো হৈছে- (Cu) আৰু ক’লা ৰঙৰ যৌগটোৰ নাম হ’ল ক’পাৰ অক্সাইড (CuO)
2Cu+02(X)→2CuO(ক’লা)