অক্সিজেন লাভ আৰু হেৰুওৱা সংজ্ঞাৰে তলৰ পদসমূহৰ দুটাকৈ উদাৰহণসহ ব্যাখ্যা কৰা।

অক্সিজেন লাভ আৰু হেৰুওৱা সংজ্ঞাৰে তলৰ পদসমূহৰ দুটাকৈ উদাৰহণসহ ব্যাখ্যা কৰা।

(a) জাৰণ (b) বিজাৰণ

উত্তৰঃ

(a) জাৰণ: যি বিক্রিয়াত পদার্থ এটাই অক্সিজেন লাভ কৰে তাক জাৰণ বােলে।
উদাহৰণঃ 2Cu+02 →2CuO. Cu,CuO লৈ জাৰিত হৈছে।
2Mg+O2 →MgO, Mg,MgO লৈ জাৰিত হৈছে।

(b) বিজাৰণ:যি বিক্রিয়াত পদার্থ এটাই অক্সিজেন হেৰুৱায় তাক বিজাৰণ বােলে।
উদাহৰণ : ZnO+C →Zn+CO, Zn0,Zn লৈ বিজাৰিত হৈছে।
CuO+H2→Cu+H2O, CuO,Cuলৈ বিজাৰিত হৈছে।


Post a Comment

Previous Post Next Post