অধঃক্ষেপণ বিক্রিয়া মানে কি বুজা? উদাহৰণ দি ব্যাখ্যা কৰা।

অধঃক্ষেপণ বিক্রিয়া মানে কি বুজা? উদাহৰণ দি ব্যাখ্যা কৰা।

উত্তৰঃ দুটা আয়নীয় যৌগৰ পৰিষ্কাৰ দ্ৰৱ মিহলি কৰিলে পানীত এটা অদ্ৰৱণীয় যৌগ পােৱা যায়। ইয়াকে অধঃক্ষেপ বােলে। অধঃক্ষেপ উৎপন্ন বিক্রিয়াক অধঃক্ষেপন বিক্রিয়া বােলা হয়। উদাহৰণস্বৰূপে-ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইডৰ দ্ৰৱ মিহলি কৰিলে বিক্রিয়াত বেৰিয়াম ছালফেটৰ অধঃক্ষেপৰ সৃষ্টি হয়।
BaCl2+Na2 SO4 → BaSO4 ↓+2NaCl


3 Comments

  1. পেচনিফিকেচন বিক্রিযা বুলি লে কি বুজা উপযুক্ত বিক্রিযা ৰ সহায়ত কৰা বিজ্ঞান

    ReplyDelete
Previous Post Next Post