তেল আৰু চর্বি থকা খাদ্যবস্তু নাইট্রজেনৰ পৰিবেশত পেকেটত ভৰােৱা হয় কিয় ?

তেল আৰু চর্বি থকা খাদ্যবস্তু নাইট্রজেনৰ পৰিবেশত পেকেটত ভৰােৱা হয় কিয় ?

উত্তৰঃ জাৰণ নঘটিবলৈ চর্বি আৰু তেলযুক্ত খাদ্যবস্তু নাইট্রজেনৰ পৰিবেশত পেকেটত ভৰােৱা হয়। যেতিয়া চর্বি আৰু তেল যুক্ত খাদ্য বায়ুৰ অক্সিজেনৰ দ্বাৰা জাৰিত হয় তেতিয়া এইবােৰ দুর্গন্ধযুক্ত হয় আৰু ইয়াৰ সােৱাদ সলনি হয়।

 

Post a Comment

Previous Post Next Post