ভৰৰ নিত্যতা কি?
উত্তৰঃ ৰাসায়নিক বিক্রিয়া এটাত বিক্রিয়াজাত পদার্থ মৌলবােৰৰ মুঠ ভৰ বিক্রিয়কৰ মৌলবােৰৰ মুঠ ভৰৰ সমান হয়। ইয়াকে ভৰৰ নিত্যতা সূত্র বােলে। এই সূত্রমতে ৰাসায়নিক বিক্রিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ নহয়।