ক্ষয়ীভৱন কাক বােলে ? এটি উদাহৰণ দিয়া।

ক্ষয়ীভৱন কাক বােলে ? এটি উদাহৰণ দিয়া।

উত্তৰঃ পানী, বায়ু এছিড আদিৰ প্ৰভাৱত কিছুমান ধাতুৰ পৃষ্ঠ ক্ষয় হয় ইয়াকে ক্ষয়ীভৱন বােলে।
উদাহৰণ—লােত মামৰে ধৰা।


Post a Comment

Previous Post Next Post