মামৰ কি? মামৰে ধৰিবলৈ কি কি প্রাথমিক চৰ্তৰ প্ৰয়ােজন হয় ?
উত্তৰঃ লােৰ বস্তু বাহিৰত ৰাখিলে কিছুদিন পিছত ইয়াৰ ওপৰত এখন ৰঙচুৱা চামনিৰ সৃষ্টি হয়। এই ৰঙচুৱা চামনিৰ পদার্থখিনিক মামৰ বােলে।
মামৰে ধৰিবলৈ জলীয় বাষ্প আৰু অক্সিজেনৰ প্রয়ােজন।