ৰাসায়নিক বিক্রিয়াত কি কি পৰিৱৰ্তন হয়?

ৰাসায়নিক বিক্রিয়াত কি কি পৰিৱৰ্তন হয়?

উত্তৰঃ ৰাসায়নিক বিক্রিয়াত তলত দিয়া পৰিৱর্তনবােৰ সংঘটিত হয়-
(a) বৰণৰ পৰিৱর্তন
(b) তাপৰ পৰিৱর্তন
(c) গেছৰ পৰিৱর্তন
(d) আকাৰৰ পৰিৱর্তন


Post a Comment

Previous Post Next Post