জঁকা ৰাসায়নিক সমীকৰণ আৰু সমতুল সমীকৰণ বুলিলে কি বুজা?

জঁকা ৰাসায়নিক সমীকৰণ আৰু সমতুল সমীকৰণ বুলিলে কি বুজা?

উত্তৰঃ ৰাসায়নিক সমীকৰণ এটাক বিক্রিয়াটোত থকা পদার্থসমূহ কেৱল চিহ্ন আৰু সংকেতেৰে প্ৰকাশ কৰিলে তাক জঁকা সমীকৰণ বােলে।
H2 +o2 →H2O
সমীকৰণ এটাৰ কঁাড়চিনডালৰ দুয়ােফালে প্রত্যেকবিধ পৰমাণুৰ সংখ্যা সমান হৈ থাকিলে ইয়াক সমতুল সমীকৰণ বুলি কোৱা হয়।
Mg+2HCl+MgCl2+H2


Post a Comment

Previous Post Next Post