Homeঅসমীয়া নেৰিবা বান্ধৱ মোক জীৱনে মৰণে । কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে ? byPulakesh Nath 0 ক) নেৰিবা বান্ধৱ মোক জীৱনে মৰণে । কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে ?উঃ কবিয়ে ভগৱাণক জীৱনে মৰণে নেৰিবৰ কাৰণে অনুৰোধ কৰিছে ।পৰৱৰ্তী প্ৰশ্নদশম শ্ৰেণী- অসমীয়া প্ৰশ্নৰ উত্তৰ "বৰগীত" ক) ''......নেৰিবা বান্ধৱ মোক জীৱনে মৰণে ।'' কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে ? খ) ''......সনক সনন্দ যোগী যাহাকু ধিয়ায় ।'' সনক , সনন্দ আদি যোগীসকলে কাক ধ্য়ান কৰে বুলি কৈছে । (গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে? (ঘ) বৰগীতটি কোনে ৰচনা কৰা? (ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে ? (চ) কবিয়ে 'বান্ধৱ' বুলি কাক সম্বোধন কৰিছে। (ছ) 'মোহ-পাশ" মানে কি? 2) বৰগীতটিৰ মূলভাৱ লিখা। ৩) বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া। ৪) ব্যাখ্যা কৰাঃ (ক) সহজে বয়নে যাৰ নপাৱন্ত সীমা। অধমে জানিবো কেনে তোমাৰ মহিমা। (খ) আতুৰ ভৈলোহি হৰি বিষয় বিকলে । কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে । গ) তোমাৰ চৰন দুই মোৰ মহা ধন । ভকত জনৰ নিজ তুমিসে জীৱন । ৫) সনক সনন্দ যোগী যাহাকু ধিয়ায় । সকল নিগমে যাক বিচাৰি নাপাই ।। - তাপৰ্য বিচাৰ কৰা । ৬) বৰগীতৰ চাৰিটা লক্ষ্যনৰ বিষয়ে লিখা? ১) তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ নপাৱন্ত কেনে ভৈলোহো ভূমিসে জনেৰ কহয় 2) ব্ৰজাৱলী ভাষাৰ বৈশিষ্ঠ্যসমূহ উল্লখ কৰা। ক) মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্ত কি? খ) মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা। গ) নামঘোষাৰ অন্য এটা নাম কি? ঘ) মাধৱদেৱৰ নাটসমূহক সাধাৰণতে কি বুলি কোৱা হয়? ঙ) মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান? চ) মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল? ছ) মাধৱদেৱৰ কেতিয়া আৰু ক'ত জন্ম হৈছিল? ক) বৰগীতৰ বিষয়বস্ত কি? খ) বৰগীত কাক বোলে? গ) মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বিষয়বস্তু কি? ৩। চমুটোকা লিখাঃ (ক) বৰগীত (খ) ভটিমা (গ) ব্ৰজাৱলী ভাষা ৪। মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত পাৰি। ভাগ কেইটাৰ নাম লিখা Tags অসমীয়া দশম শ্ৰেণী প্ৰশ্নৰ উত্তৰ বৰগীত Facebook Twitter