ব্যাখ্যা কৰাঃ
আতুৰ
ভৈলোহি হৰি বিষয় বিকলে ।
কৰিয়ো
উদ্ধাৰ মোক চৰণ কমলে ।
উত্তৰঃ
প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ
পাথ্যপুথিত অন্তগত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।
সংগতিঃ
উক্ত কবিতাফাকিৰ দ্ধাৰা সংসাৰৰ মায়া
পাশাৰ মুক্তিপথ দেখুৱালৈ
হৰিক প্ৰাথনা জনোৱা কথা কোৱা হৈছে ।
ব্যখ্যাঃ মানুহ হল সংসাৰিক এই সংসাৰৰ সকলো মন্ত্ৰশাৰ উৎস। বৈষ্ণয়িক মুখৰ ঠাই এই সংসাৰ সন্তেকীয়া সুখ সম্পদে মানুূহৰ এনেকৈ গ্ৰাস কৰে যে তেওঁলোকে সন্তেকীয়া সুখক জীৱনৰ এৰমাত্ৰ সত্য় বুলি ভুল কৰে । কিছুমান বাসনাত নিমগ্ন হৈ মানুহে নানা পাপকৰ্মত লিপ্ত হয় , ফলত জীৱন হৈ পৰে যন্ৰণাময় । জীৱনে মৃত্য়ু পযন্ত ভোগ কৰে এই যন্ৰণা । দুখ বেদনাত জৰ্জৰিত হৈ মানুহে উপলব্ধি কৰে যে মানৱ জীৱন ক্ষষ্বায়ী । এই যন্ৰণাৰ মুক্তি পাবৰ বাবে মানুহে হাহাকাৰ কৰি ফুৰিছে । নিৰূপায় হৈ কবিয়ে হৰিৰ চৰনত শৰন লৈছে । কাৰন কবিয়ে বিশ্বাস কৰে সংসাৰৰ সমস্ত যন্তণাৰ পৰা মুক্ত দিব পাৰে একমাত্ৰ শ্ৰী হৰিয়ে।
দশম শ্ৰেণী- অসমীয়া প্ৰশ্নৰ উত্তৰ "বৰগীত"
৪) ব্যাখ্যা কৰাঃ
- তাপৰ্য বিচাৰ কৰা ।
১) তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ
৩। চমুটোকা
লিখাঃ