ব্যাখ্যা কৰাঃ
আতুৰ
ভৈলোহি হৰি বিষয় বিকলে ।
কৰিয়ো
উদ্ধাৰ মোক চৰণ কমলে ।
উত্তৰঃ
প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ
পাথ্যপুথিত অন্তগত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।
সংগতিঃ
উক্ত কবিতাফাকিৰ দ্ধাৰা সংসাৰৰ মায়া
পাশাৰ মুক্তিপথ দেখুৱালৈ
হৰিক প্ৰাথনা জনোৱা কথা কোৱা হৈছে ।