তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ
শব্দ |
আধুনিক
শব্দ
|
|
নপাৱন্ত |
নাপায় |
|
কেনে |
কিদৰে, কেনেকৈ |
|
ভৈলোহো |
হলোঁ |
|
ভূমিসে |
তুমিয়েই,
তুমিহে |
|
জনেৰ |
সকলৰ, জনৰ |
|
কহয় |
কয় |
