সহজে বয়নে যাৰ নপাৱন্ত সীমা। অধমে জানিবো কেনে তোমাৰ মহিমা। ব্যাখ্যা কৰাঃ

ব্যাখ্যা কৰাঃ

সহজে বয়নে যাৰ নপাৱন্ত সীমা
        অধমে জানিবো কেনে তোমাৰ মহিমা

উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত 'বৰগীত' নামৰ পাঠটিৰ পৰা উদ্ধত কৰা হৈছে

সংগতিঃ- উক্ত কথাফাকিত হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে কবিতাফাকিৰ ব্যাখ্যা কৰিছে

ব্যখ্যাঃ এই সংসাৰৰ একমাত্ৰ প্ৰাণকৰ্তা হৈছে শ্ৰী হৰি তেওঁৰ মহিমা অপাৰ সিদ্ধ মহামুণিৰ ধ্যান কৰিও শ্ৰী হৰিৰ মহিমা আয়ত্ত কৰিব পৰা নাই নিগম নিগম শাস্ত্ৰই তেওঁৰ মহিমাৰ অন্ত পেলাব নোৱাৰে অনন্ত নাগ হৰিৰ বিশ্ৰামস্হলী  সেই নাগৰ সহস্ৰ  মুখেও তেওঁৰ মহিমাৰ কথা বৰ্ণাই শেষ কৰিব পৰা নাই তেনেস্থলত কৰি হৈ সাধাৰণ প্ৰাণী, তেওঁৰ কাৰণে হৰিৰ মহিমা জানিব পৰাটো অতিকৈ কঠিন

      কবিয়ে বুজি উঠিছে যে হৰিৰ কৃপাৰ অবিহনে তেওঁৰ মহিমা আয়ত্ত কৰাটো সম্ভব নহয়


দশম শ্ৰেণীঅসমীয়া প্ৰশ্নৰ উত্তৰ "বৰগীত"

) ''......নেৰিবা বান্ধৱ মোক জীৱনে মৰণে  '' কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে  কাক অনুৰোধ কৰিছে ?

) ''......সনক সনন্দ যোগী  যাহাকু  ধিয়ায়   '' সনক ,  সনন্দ  আদি যোগীসকলে কাক ধ্য়ান কৰে বুলি কৈছে 

(কবি কিহত আতুৰ হোৱা বুলি কৈছে?

(বৰগীতটি কোনে ৰচনা কৰা?

(বৰগীতটি কি ৰাগত বন্ধা আছে ?

(কবিয়ে 'বান্ধৱবুলি কাক সম্বোধন কৰিছে

() 'মোহ-পাশমানে কি?

2) বৰগীতটিৰ মূলভাৱ লিখা

) বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া

) ব্যাখ্যা কৰাঃ

() সহজে বয়নে যাৰ নপাৱন্ত সীমা

        অধমে জানিবো কেনে তোমাৰ মহিমা

() আতুৰ ভৈলোহি হৰি বিষয় বিকলে

কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে

)  তোমাৰ চৰন দুই মোৰ মহা ধন

     ভকত জনৰ নিজ তুমিসে    জীৱন

)   সনক সনন্দ যোগী যাহাকু ধিয়ায়

       সকল   নিগমে যাক বিচাৰি নাপাই ।।

- তাপৰ্য বিচাৰ কৰা

) বৰগীতৰ চাৰিটা লক্ষ্যনৰ বিষয়ে লিখা?

) তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ

নপাৱন্ত   কেনে  ভৈলোহো  ভূমিসে  জনেৰ  কহয়

2) ব্ৰজাৱলী ভাষাৰ বৈশিষ্ঠ্যসমূহ উল্লখ কৰা

) মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্ত কি?

) মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা

) নামঘোষাৰ অন্য এটা নাম কি?

) মাধৱদেৱৰ নাটসমূহক সাধাৰণতে কি বুলি কোৱা হয়?

) মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান?

) মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল?

)  মাধৱদেৱৰ কেতিয়া আৰু ' জন্ম হৈছিল?

) বৰগীতৰ বিষয়বস্ত কি?

) বৰগীত কাক বোলে?

) মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বিষয়বস্তু কি?

চমুটোকা লিখাঃ

() বৰগীত   () ভটিমা    () ব্ৰজাৱলী ভাষা

মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত পাৰি ভাগ কেইটাৰ নাম লিখা

Post a Comment

Previous Post Next Post