বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।
উত্তৰঃ কবি মাধৱদেৱ হৈছে অসমীয়া বৈষ্ণৱ সাহিত্যৰ অন্যতম হোতা । ১৪৮৯ চনত তেওঁ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত জন্ম গ্ৰহন কৰিছিল। তেঁওৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল। আহোম বগদেউৰ কোষৰ বলি হৈ ১৫৪৬ চনতে তেওঁ কোচবিহাৰলৈ উভটি আহে ।
১৫৬৮
চনত গুৰু শংকৰদেৱৰ
মৃত্যৰ পাছত নৱবৈষ্ণৱ ধম প্ৰচাৰৰ সম্পূণ দায়ত্বভাৰ মাধৱদেৱ কাম্ব পাতি লৈ দক্ষতাৰে সেই
কায চলাই নিছিল । ধম
প্ৰচাৰ কালত তেওঁ বৈষ্ণৱ ধমৰ ৰম্যপুৰুপী বিখ্যাত 'বৰপেটা সত্ৰ' প্ৰতিষ্ঠা কৰে। অসাধাৰণ
প্ৰতিভাৰ অধিকাৰী এইজনা মহাপুৰুষে ১৫৯৬ চনত কোচবিহাৰৰ ভেলাদাঙ্গণত ইহলীলা সম্বৰণ কৰে। গুৰুজনাই
জীৱিত কালত ৰচনা কৰা সাহিত্য সম্ভাৰ হ'লঃ নামঘোষা,
বৰগীত, ৰাজসূয় যজ্ঞ, দধিমথন বা অৰ্জুন ভঞ্জন, ভূমি-লেটোৱা, চোৰধৰা, পিম্পৰা-গুচুৱা, ভোজনবিহাৰ, গুৰু ভটিমা, ভক্তি ৰত্নৱালী, জন্ম ৰহস্য আদি ।