বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।

বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া

উত্তৰঃ কবি মাধৱদেৱ হৈছে অসমীয়া বৈষ্ণৱ সাহিত্যৰ অন্যতম হোতা  ১৪৮৯ চনত তেওঁ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত জন্ম গ্ৰহন কৰিছিল তেঁওৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল আহোম বগদেউৰ কোষৰ বলি হৈ ১৫৪৬ চনতে তেওঁ কোচবিহাৰলৈ উভটি আহে

১৫৬৮ চনত গুৰু  শংকৰদেৱৰ মৃত্যৰ পাছত নৱবৈষ্ণৱ ধম প্ৰচাৰৰ সম্পূণ দায়ত্বভাৰ মাধৱদেৱ কাম্ব পাতি লৈ দক্ষতাৰে  সেই কায চলাই নিছিল ধম প্ৰচাৰ কালত তেওঁ বৈষ্ণৱ ধমৰ ৰম্যপুৰুপী বিখ্যাত 'বৰপেটা সত্ৰ' প্ৰতিষ্ঠা কৰে অসাধাৰণ প্ৰতিভাৰ অধিকাৰী এইজনা মহাপুৰুষে ১৫৯৬ চনত কোচবিহাৰৰ ভেলাদাঙ্গণত ইহলীলা সম্বৰণ কৰে গুৰুজনাই জীৱিত কালত ৰচনা কৰা সাহিত্য সম্ভাৰ 'লঃ নামঘোষা, বৰগীত, ৰাজসূয় যজ্ঞ, দধিমথন বা অৰ্জুন ভঞ্জন, ভূমি-লেটোৱা, চোৰধৰা, পিম্পৰা-গুচুৱা, ভোজনবিহাৰ, গুৰু ভটিমা, ভক্তি ৰত্নৱালী, জন্ম ৰহস্য আদি 

দশম শ্ৰেণীঅসমীয়া প্ৰশ্নৰ উত্তৰ "বৰগীত"

) ''......নেৰিবা বান্ধৱ মোক জীৱনে মৰণে  '' কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে  কাক অনুৰোধ কৰিছে ?

) ''......সনক সনন্দ যোগী  যাহাকু  ধিয়ায়   '' সনক ,  সনন্দ  আদি যোগীসকলে কাক ধ্য়ান কৰে বুলি কৈছে 

(কবি কিহত আতুৰ হোৱা বুলি কৈছে?

(বৰগীতটি কোনে ৰচনা কৰা?

(বৰগীতটি কি ৰাগত বন্ধা আছে ?

(কবিয়ে 'বান্ধৱবুলি কাক সম্বোধন কৰিছে

() 'মোহ-পাশমানে কি?

2) বৰগীতটিৰ মূলভাৱ লিখা

) বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া

) ব্যাখ্যা কৰাঃ

() সহজে বয়নে যাৰ নপাৱন্ত সীমা

        অধমে জানিবো কেনে তোমাৰ মহিমা

() আতুৰ ভৈলোহি হৰি বিষয় বিকলে

কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে

)  তোমাৰ চৰন দুই মোৰ মহা ধন

     ভকত জনৰ নিজ তুমিসে    জীৱন

)   সনক সনন্দ যোগী যাহাকু ধিয়ায়

       সকল   নিগমে যাক বিচাৰি নাপাই ।।

- তাপৰ্য বিচাৰ কৰা

) বৰগীতৰ চাৰিটা লক্ষ্যনৰ বিষয়ে লিখা?

) তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ

নপাৱন্ত   কেনে  ভৈলোহো  ভূমিসে  জনেৰ  কহয়

2) ব্ৰজাৱলী ভাষাৰ বৈশিষ্ঠ্যসমূহ উল্লখ কৰা

) মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্ত কি?

) মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা

) নামঘোষাৰ অন্য এটা নাম কি?

) মাধৱদেৱৰ নাটসমূহক সাধাৰণতে কি বুলি কোৱা হয়?

) মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান?

) মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল?

)  মাধৱদেৱৰ কেতিয়া আৰু ' জন্ম হৈছিল?

) বৰগীতৰ বিষয়বস্ত কি?

) বৰগীত কাক বোলে?

) মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বিষয়বস্তু কি?

চমুটোকা লিখাঃ

() বৰগীত   () ভটিমা    () ব্ৰজাৱলী ভাষা

মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত পাৰি ভাগ কেইটাৰ নাম লিখা

Post a Comment

Previous Post Next Post