ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা


উত্তৰ
:
ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য সমূহ হল :-

) ব্ৰজাৱলী ভাষাৰ মূল ভেটি হল মৈথিলী ভাষা

) পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই

) ব্ৰজাৱলী হল মধ্যযুগীয় বৈষ্ণৱ কবি সকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা

) ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰিও প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগ হোৱা বাবে অতি শ্ৰুতিমধুৰ হৈ পৰিছে

) এই ভাষাই উৰিষ্যা, বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছু সুকীয়া স্হান গ্ৰহণ কৰিছে

দশম শ্ৰেণীঅসমীয়া প্ৰশ্নৰ উত্তৰ "বৰগীত"

) ''......নেৰিবা বান্ধৱ মোক জীৱনে মৰণে  '' কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে  কাক অনুৰোধ কৰিছে ?

) ''......সনক সনন্দ যোগী  যাহাকু  ধিয়ায়   '' সনক ,  সনন্দ  আদি যোগীসকলে কাক ধ্য়ান কৰে বুলি কৈছে 

(কবি কিহত আতুৰ হোৱা বুলি কৈছে?

(বৰগীতটি কোনে ৰচনা কৰা?

(বৰগীতটি কি ৰাগত বন্ধা আছে ?

(কবিয়ে 'বান্ধৱবুলি কাক সম্বোধন কৰিছে

() 'মোহ-পাশমানে কি?

2) বৰগীতটিৰ মূলভাৱ লিখা

) বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া

) ব্যাখ্যা কৰাঃ

() সহজে বয়নে যাৰ নপাৱন্ত সীমা

        অধমে জানিবো কেনে তোমাৰ মহিমা

() আতুৰ ভৈলোহি হৰি বিষয় বিকলে

কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে

)  তোমাৰ চৰন দুই মোৰ মহা ধন

     ভকত জনৰ নিজ তুমিসে    জীৱন

)   সনক সনন্দ যোগী যাহাকু ধিয়ায়

       সকল   নিগমে যাক বিচাৰি নাপাই ।।

- তাপৰ্য বিচাৰ কৰা

) বৰগীতৰ চাৰিটা লক্ষ্যনৰ বিষয়ে লিখা?

) তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ

নপাৱন্ত   কেনে  ভৈলোহো  ভূমিসে  জনেৰ  কহয়

2) ব্ৰজাৱলী ভাষাৰ বৈশিষ্ঠ্যসমূহ উল্লখ কৰা

) মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্ত কি?

) মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা

) নামঘোষাৰ অন্য এটা নাম কি?

) মাধৱদেৱৰ নাটসমূহক সাধাৰণতে কি বুলি কোৱা হয়?

) মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান?

) মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল?

)  মাধৱদেৱৰ কেতিয়া আৰু ' জন্ম হৈছিল?

) বৰগীতৰ বিষয়বস্ত কি?

) বৰগীত কাক বোলে?

) মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বিষয়বস্তু কি?

চমুটোকা লিখাঃ

() বৰগীত   () ভটিমা    () ব্ৰজাৱলী ভাষা

মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত পাৰি ভাগ কেইটাৰ নাম লিখা

Post a Comment

Previous Post Next Post