বৰগীতৰ চাৰিটা লক্ষ্যনৰ বিষয়ে লিখা?

বৰগীতৰ চাৰিটা লক্ষ্যনৰ বিষয়ে লিখা?


উত্তৰ : বৰগীতৰ চাৰিটা লক্ষ্যন হল -

       ) বৰগীত সমূহ হল শাস্ত্ৰীয় ৰাগ - তালযুক্ত গীত

       )  বৰগীত সমূহৰ ৰচনাশৈলী ব্ৰজাৱলী ভাষাৰ

       ) বৰগীত সমূহ চৈধ্য প্ৰসংগৰ অন্তগৰ্ত

       ) বৰগীত সমূহ হল ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক গীত

দশম শ্ৰেণীঅসমীয়া প্ৰশ্নৰ উত্তৰ "বৰগীত"

) ''......নেৰিবা বান্ধৱ মোক জীৱনে মৰণে  '' কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে  কাক অনুৰোধ কৰিছে ?

) ''......সনক সনন্দ যোগী  যাহাকু  ধিয়ায়   '' সনক ,  সনন্দ  আদি যোগীসকলে কাক ধ্য়ান কৰে বুলি কৈছে 

(কবি কিহত আতুৰ হোৱা বুলি কৈছে?

(বৰগীতটি কোনে ৰচনা কৰা?

(বৰগীতটি কি ৰাগত বন্ধা আছে ?

(কবিয়ে 'বান্ধৱবুলি কাক সম্বোধন কৰিছে

() 'মোহ-পাশমানে কি?

2) বৰগীতটিৰ মূলভাৱ লিখা

) বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া

) ব্যাখ্যা কৰাঃ

() সহজে বয়নে যাৰ নপাৱন্ত সীমা

        অধমে জানিবো কেনে তোমাৰ মহিমা

() আতুৰ ভৈলোহি হৰি বিষয় বিকলে

কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে

)  তোমাৰ চৰন দুই মোৰ মহা ধন

     ভকত জনৰ নিজ তুমিসে    জীৱন

)   সনক সনন্দ যোগী যাহাকু ধিয়ায়

       সকল   নিগমে যাক বিচাৰি নাপাই ।।

- তাপৰ্য বিচাৰ কৰা

) বৰগীতৰ চাৰিটা লক্ষ্যনৰ বিষয়ে লিখা?

) তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ

নপাৱন্ত   কেনে  ভৈলোহো  ভূমিসে  জনেৰ  কহয়

2) ব্ৰজাৱলী ভাষাৰ বৈশিষ্ঠ্যসমূহ উল্লখ কৰা

) মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্ত কি?

) মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা

) নামঘোষাৰ অন্য এটা নাম কি?

) মাধৱদেৱৰ নাটসমূহক সাধাৰণতে কি বুলি কোৱা হয়?

) মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান?

) মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল?

)  মাধৱদেৱৰ কেতিয়া আৰু ' জন্ম হৈছিল?

) বৰগীতৰ বিষয়বস্ত কি?

) বৰগীত কাক বোলে?

) মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বিষয়বস্তু কি?

চমুটোকা লিখাঃ

() বৰগীত   () ভটিমা    () ব্ৰজাৱলী ভাষা

মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত পাৰি ভাগ কেইটাৰ নাম লিখা

Post a Comment

Previous Post Next Post