বৰগীতৰ চাৰিটা লক্ষ্যনৰ বিষয়ে লিখা?
উত্তৰ
: বৰগীতৰ চাৰিটা লক্ষ্যন হল -
ক) বৰগীত সমূহ হল শাস্ত্ৰীয় ৰাগ - তালযুক্ত গীত।
খ) বৰগীত
সমূহৰ ৰচনাশৈলী ব্ৰজাৱলী ভাষাৰ।
গ) বৰগীত সমূহ চৈধ্য প্ৰসংগৰ অন্তগৰ্ত।
ঘ) বৰগীত সমূহ হল ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক গীত।