মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত পাৰি? ভাগ কেইটাৰ নাম লিখা ।
উত্তৰঃ সাহিত্যৰ ৰুপ অনুসৰি মাধৱদেৱৰ ৰচনাৱলীক চাৰিটা প্রধান ভাগত ভাগ কৰা হয় । যেনে—তত্বমূলক গ্রন্থ, আখ্যানমূলক গ্রন্থ ,নাট আৰু গীত |